cyclone fani batters odisha

News18 Assam 2019-05-04

Views 10

ক্ৰমাৎ সুস্থিৰ হৈছে ওড়িশাৰ পৰিস্থিতি। এতিয়া শংকিত হোৱাৰ কাৰণ নাই ওড়িশাত। ৰাজ্যখনত হ্ৰাস পাইছে কাল ধুমুহা ‘ফণী’ৰ গতিবেগ। বালাদেশলৈ গতি কৰিছে সংহাৰী ‘ফণী’য়ে।

Share This Video


Download

  
Report form